- শ্ৰুতিলেখা দেৱী
![]() |
|
Pic for Representation purpose
|
এক শিল্প, নে এটি কলা?
জীৱনৰ ভগ্নাৱশেষ মৃত্যু;
নে জীৱনৰ নতুন আৰম্ভণি মৃত্যু?
নে আলসুৱা শুকুলা মেঘে আৱৰি থকা সেই
পূৰ্ণিমাৰ জোনটো মৃত্যু?
জীৱনৰ ভগ্নাৱশেষ মৃত্যু;
নে জীৱনৰ নতুন আৰম্ভণি মৃত্যু?
নে আলসুৱা শুকুলা মেঘে আৱৰি থকা সেই
পূৰ্ণিমাৰ জোনটো মৃত্যু?









